মুল্যয়ান – ২
১) মৈএী আৰু অহিংসা শলিতা জলোৱা মানে কি বুজাইছে
- মৈএী মানে হৈছে মিএতা আৰু অহিংসা মানে হৈছে খং বা হিংসা নকৰা কায্য ৷ তিব্বতৰ বৰফস্তূপত মানুহ জিয়াই থাকিবৰ বাবে যেনেকে একেলগে আৰু কোনোধৰনৰ নিজৰ মাজত হিংসা নকৰাকৈ আছিল ঠিক তেনেকৈ অহিংসা আৰু মিএতাৰ মাজেদিহে আমি আমাৰ দেশখন শান্তিৰ শলিতা জলাই ৰাখিব পাৰিম ৷
২) পলাশীযুদ্ধৰ বিষয়ে লিখা –
-পলাশী হল বংগদেশৰ এখন ঠাইৰ নাম ৷ সেই সময়ৰ বংগৰ স্বাধীন নবাব আছিল চিৰাজুদ্দৌলা (Nawab Siraj Uddaulah ) আৰুসেনাপতি আছিল মিৰজাফৰ ৷ কিন্তু ১৭৫৭ (1757) চনত ৰৰ্বাট ক্লাইব (Colonel Robert Clive) নেতৃত্বত অহা ইংৰাজ সেনাৰ লগত যেতিয়া চিৰাজুদ্দৌলাৰ সৈন্যৰযুদ্ধ হয় ৷ এই যুদ্ধত আগৰেপৰা কৰি থকা পৰিকল্পনাৰ মতে চিৰাজুদ্দৌলাৰ সৈন্যৰ সেনাপতি মিৰজাফৰে নবাব চিৰাজুদ্দৌলাৰ লগত বিশ্বাসঘাতকতা কৰে ৷ যাৰ ফলত চিৰাজুদ্দৌলা পলাই যোৱাৰ সময়ত ইংৰাজ সেনাৰ হাতত বন্দী হয় ৷ পিছত ইংৰাজ সেনাৰ নেতৃত্বত মিৰজাফৰে নিজৰ পুতেকৰ দ্বাৰা চিৰাজুদ্দৌলাক হত্যা কৰে আৰু নিজে বংগৰ ৰজা হয় ৷ এই যুদ্ধক পলাশীযুদ্ধ বুলি বুৰন্জী প্ৰসিদ্ধ ৷
The battle between Mughal empire Nawab Siraj Uddaulah and British East India Company leaded by Colonel Robert Clive in 1757 at Palashi on the banks of the Bhagirathi river located at West Bengal was known as Palashi Yudh. Mir Jafar who was commander in chief, Nawab’s army, had betrayed his Nawab- Siraj Uddaulah on the battle day. Due to that, Nawab Siraj Uddaulah had been caught by the British East India Company and later on killed by the son of Mir Jafar. As per previous agreement between Colonel Robert Clive and Mir Jafar, later Mir Jafar had declared the Nawab of Bengal.
২) পানিপথ যুদ্ধৰ বিষয়ে লিখা –
– পানিপথ হল দিল্লীৰ উত্তৰৰ দিশে প্ৰায় ৫৩ মাইল দূৰত অৱস্হিত এখন ঠাইৰ নাম ৷ ইব্ৰাহিম লোডী দিল্লীত ৰাজত্ব কৰা শেষৰজন চুলতান আছিল ৷ সেই সময়ত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰৰ লগত ইব্ৰাহিম লোডীৰ পানিপথ ঠাইতে ভয়ংকৰ যুদ্ধপাত হয় ১৫২৬ চনত ৷ এই যুদ্ধত বাবৰে কামান ব্যৱহাৰ কৰি ইব্ৰাহিম লোডীৰ পতন ঘটায় আৰু দিল্লীত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হয় ৷ ১৫৫৬ চনত মুগল সম্ৰাট আকবৰ আৰু হিন্দু ৰজা হেমু মাজত ২য় বাৰৰ বাবে পানিপথ যুদ্ধ হয় ৷ হেমু ৰজা পতনৰ পাছত মোগল সাম্ৰাজ্যৰ ভেটি আৰু গ্ৰাহ হয় ৷ পানিপথৰ শেষৰ খন যুদ্ধ হৈছিল মাৰাঠা সম্ৰাট বাজিৰাও (Balavil Baji Rao ) আৰু দুৰানী সম্ৰাট আহমদ শ্বাহ আবদলি ১৭৬১ চনত ৷ এই যুদ্ধত মাৰাঠা সকলৰ পৰাজয় হয় ৷
Panipat is a place located 53 miles north of old Delhi. It is being popular for some memorable historical wars since 1526. The first battle of Panipat between the king of Afghanis – Babar and that time Delhi Sultan Ibrahim Lodi was fought in 1526where Sultal Lodi had lost his life. After that Babar had expanded Mughal’s reign across whole old India. 2nd battle of Panipat was between Samrat – Akbar and Hindu Raja Hemu in 1556 where Hemu was lost his life.After 2nd consecutivewin , Mughals had become more irresistiblein India. 3rd and final battle of Panipat was between Maratha King Bajirao andAhmed Shah Duraani in 1761 where Marathi’s were defeated by army of Mughals.
৩) শৰাইঘাট – ব্ৰক্ষ্মপু্এৰউত্তৰপাৰৰআমিনগাৱৰওচৰৰএখন ঠাইৰ নাম শৰাইঘাট ৷ এই খন ঠাইতেই লাচিত বৰফুকনৰ নৃতিত্বত আহোমসেনাই মোগল সেনাপতি ৰামসিংহৰ লগত যুদ্ধ হৈছিল ৷ এই যুদ্ধৰ সময়ত আহোমসেনাৰ সেনাপতি লাচিত বৰফুকন স্বাস্হ্য বৰ ভাল নাছিল ৷ এই যুদ্ধত মোগলক বাধা দিবৰ বাবে লাচিত বৰফুকনদেৱে নৰিয়া গাৰেই সৈন্যসকলৰ লগত লগ লাগি গড় বান্ধিব লগাত পৰিছিল ৷ কিন্তু একে ৰাতিৰ ভিতৰত গড় বান্ধিব লগাত মোমায়েকৰ অৱহেলা দেখি লাচিত বৰফুকনদেৱে নিজৰে মোমায়কক হত্যা কৰে ৷ এই বিশাল যুদ্ধখনকেই শৰাইঘাটৰ যুদ্ধ বুলি কোৱা হয়৷
Saraighat is located nearby Amingaon on north bank of Brahmaputra river. This place is famous historically. The great battle “Saraighat Yudh” took place between Ahom Kingdom army commander in chief – Lachit Borphukan and Mughal’s empire army chief – Ramsingha on this place in 1671. During saraighat battle, the health condition of army-chief Lachit Borphukan was not good. Even, he was busy with constructing terrain near Saraighat bank of Brahmaputra river. Lachit beheaded his own uncle for showing less interest for constructing said terrain. Finally Ahom kingdom defeated Mughals with the help of Brilliant uses of terrain, military intelligence and guerrilla tactics.
৪) বাৰে বাৰে সাজিছে কাৰেং বিশ্ব সভ্যতাৰ – কথাফাকি বিশ্লেষন কৰা
– উত্ত কথাফাকিৰ জৰিয়তে কবিয়ে বিভিন্ন সময়ত গাঢলৈ উঠা ভাৰতবৰ্ষৰ মানৱ সভ্যতাৰ বিকাশিতৰূপৰ কথা কব বিছাৰিছে ৷ মানুহৰ সৃষ্টি এই সভ্যতাৰ ৷ ভাৰতৰ সভ্যতাৰ পাতনিৰ কথা কবলৈ হলে আমি মহেন্জেদাৰো , হৰপ্পাৰ কথা উল্লেখ কৰিব লাগিব৷ এইবোৰ ভাৰতৰ সভ্যতাৰ অতি উচ্চমান বিশিষ্ট সভ্যতা যত উচ্চমান বিশিষ্ট চিন্তাধাৰাৰ মিলন হৈছিল ৷ ভাৰতৰ এই সভ্যতাই নিজকে বিশ্ব দৰবাৰৰ কাৰেংনত নিজকে প্ৰতিষ্ঠা কৰিছে ৷