Dristantar Poem Very Short Questions Harekrishna Deka

দৃশ্যান্তৰ – হৰেকৃষন ডেকা
অতি চমু উত্তৰ দিয়া-

১) কবিয়ে মানুহজনক কেতিয়া লগ পাইছিল ?
-কবিয়ে মানুহজনক ২৫ বছৰৰ ( পচিশ বছৰৰ ) পাছত লগ পাইছিল
২) মানুহজন কি আছিল যে নিজৰ ঘৰ বিছাৰি পোৱা নাছিলচ ?
-মানুহজন কুকুৰীকণা আছিল সেইকাৰনে নিজৰ ঘৰ বিছাৰি পোৱা নাছিল ৷
৩) কবিয়ে মানুহজনক লগ পোৱা আলিটো কেনে আছিল
-কবিয়ে মানুহজনক লগ পোৱা আলি-কেকুৰীটো কেচা আছিল ৷
৪) কবিয়ে লিখা একমাএ উপন্যাস খনৰ নাম কি ?
-কবিয়ে লিখা একমাএ উপন্যাস খনৰ নাম হল – আগন্ত্তক ( Writer – Harekrishna Deka’s one and only novel book name is “Aganttuk” )
৫) কবিয়ে সম্পাদকৰ দায়িত্বত থকা দুখন কাকত/আলোচনীৰ নাম লিখা-
-কবিয়ে সম্পাদকৰ দায়িত্বত থকা দুখনৰ নাম – গৰিয়সী-আলোচনী আৰু “The Sentinel” কাকত
( Writer – Harekrishna Deka has become editors of magazine – “Gariyasi and newspaper – The Sentinel”
৬) কবিয়ে লাভ কৰা সন্মানবোৰ কি কি আছিল –
-কবিয়ে লাভ কৰা সন্মানবোৰ হল – “সাহিত্য একাডেমী বটা” (1987) – “কথা বটা”( 1996) আৰু “আসাম ভেলী লিটাৰৰী বটা”-( 2010)
-Writer – Harekrishna Deka has awarded with honors – Sahitya Akademi Prize (1987) , Katha Prize ( 1996) and “Assam Valley Literacy Prize” (2010)

শব্দাৰ্থ লিখা –
দৃশ্যান্তৰ – ভিন্ন দৃশ্য
কাকিনী তামোল – ওখ তামোল গছবোৰক কাকিনী তামোল বুলি কোৱা হয়
ন্যুব্জ- চাপৰা , কুজা
যখ – অতি কৃপন মানুহ

Leave a Reply