Mur Desh Manuhar Desh – Nabakanta Borua

মোৰ দেশ মানুহৰ দেশ – দেৱকান্ত বৰুৱা

অতি চমু উত্তৰ দিয়া-

১) ভাৰতবৰ্ষৰ উত্তৰে আৰু দক্ষিণে কি কি আছে
– ভাৰতবৰ্ষৰ উত্তৰে অতি ওখ পৰ্বত আৰু দক্ষিণে সাগৰ আছে

২) গোদাবৰী নৈখন ক’ৰপৰা ক’লৈ বৈছে
– গোদাবৰী নদী ভাৰতবৰ্ষৰ ২য় খন দীঘল নদী খন ৷ ইয়াৰ উৎস হল মহাৰাষ্টৰ এিম্বাকেশ্বৰ আৰু ই ঠিক পূৱ দিশে বৈ আহি বংগোপসাগৰত পৰিছে ৷

৩) ওন্স্কাৰ-ধাম ক’ত আছে
– ওন্স্কাৰ-ধাম বৰ্তমানৰ কেম্পুচিয়া ( ইন্দোনেছিয়া ) প্ৰাচীন কালৰ কম্বোজ নামৰ ঠাইত আছে

৪) “মোৰ দেশ মানুহৰ দেশ” কবিতাটোৰ ভিতৰৰ ৫ খন নদীৰ নাম লিখা
– “মোৰ দেশ মানুহৰ দেশ” কবিতাটোৰ ভিতৰৰ ৫ খন নদীৰ নাম হল- ব্ৰক্ষ্মপুএ , গোদাবৰী , শিপ্ৰা, গংগা আৰু যমুনা

৫) ৰোমান্টিক যুগৰ অন্তিম স্তৰৰ শ্ৰেষ্ঠ কবি কোন হয়
– ৰোমান্টিক যুগৰ অন্তিম স্তৰৰ শ্ৰেষ্ঠ কবি দেৱকান্ত বৰুৱা

৬) দেৱকান্ত বৰুৱা কি নামেৰে বিখ্যাত
– দেৱকান্ত বৰুৱা  কলংপৰীয়া কবি নামেৰে বিখ্যাত

৭) দেৱকান্ত বৰুৱাৰ একমাএ কবিতা পুথিখনৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল
– দেৱকান্ত বৰুৱাৰ একমাএ কবিতা পুথিখনৰ নাম হল ‘সাগৰ দেখিছা’ আৰু ই ১৯৪৮ চনত প্ৰকাশ পাইছিল

৮) দেৱকান্ত বৰুৱাদেৱে অসমীয়া কবিতা ৰচনা ৰীতিত কি যুগান্তৰ আনে
– দেৱকান্ত বৰুৱাদেৱে ইংৰাজ কবি ব্ৰাউনিঙৰ দৰে  নাটকীয় ভংগীত কবিতা লিখি অসমীয়া কবিতা ৰচনা ৰীতিত  যুগান্তৰ আনে

৯) “মোৰ দেশ মানুহৰ দেশ” কবিতাটোৰ জৰীয়তে কবিৰ কি ভাৱ প্ৰকাশ পাইছে
-“মোৰ দেশ মানুহৰ দেশ” কবিতাটোৰ জৰীয়তে কবিৰ স্বদেশ প্ৰেমৰ ভাৱ প্ৰকাশ পাইছে

Leave a Reply