Madhabdev Borgeet

১. বৰগীত কাক বোলে ?
— সাধাৰ্নতে ৰচিত গীতবোৰ ভিতৰৰ শেষঠ গীত বোৰক বৰগীত বুলি কোৱা হয়. দৰাচলতে মহাপুৰষ শংকৰদেৱে আৰু মাধৱদেৱে লিখা গীত বা পদ্যবোৰক বৰগীত বুলি পন্ডিত সকলে কোৱা হয়.
২. বৰগীতৰ লক্ষনবোৰ কি কি হয়?
— এটা গীত বৰগীতৰ লগত তোলনা কৰিবৰ বাবে যি লক্ষনবোৰ দৰকাৰ , সেইবোৰ তলত উল্লেখ কৰা হল –
— ক) বৰগীতবোৰ দৰাচলতে ব্জ্জাৱলী ভাষাত লিখা হয় .
— খ) বৰগীতবোৰ দৰাচলতে শাষএীয় তাল বা ৰাগ যুত্ত্
— গ) বৰগীতবোৰত দৰাচলতে ভ্গৱানৰ মাহাত্ম্যৰ বিষয়ে কোৱা হয়.
— ঘ) মহাপুৰষ শংকৰদেৱে আৰু মাধৱদেৱে নামধৰ্ম প্ৰচলনৰ বাবে বৰগীতবোৰ দৰাচলতে
ৰচিত কৰা হৈছিল.
— ঙ) বৰগীতবোৰত অসমীয়া মানুহৰ সাধাৰন জীৱনৰ ঘৰুয়া ভাৱ আৰু ভাষা প্ৰকাশ পায়.
৩. বৰগীত পদ্যটোৰ তাল বা ৰাগ কি আছিল ?
— মাধৱদেৱে লিখা বৰগীত পদ্যটোৰ তাল বা ৰাগ আছিল – বসন্ত

৪. নামঘোষা পুথি হল মহাপুৰুষ মাধৱ্দেৱৰ সাহিত্য  কৰ্ম জীৱনৰ কীৰ্তিস্তম্ভ

৫. বৰগীত প্ৰথমে  শংকৰদেৱ মহাপুৰুষ জনাই ৰচনা কৰিছিল. তেঁও লিখা  মুঠ বৰগীতৰ  সংখ্যা ২৪০    টা বুলি অনুমান কৰিব পাৰি কিন্তু তাৰ ভিতৰত মাত্ৰ ১৪০ টাৰহে প্ৰমান  পোৱা গৈছে. শংকৰদেৱ মহাপুৰুষ জনাৰ অতিকে আপোন শিষ্য মহাপুৰুষ মাধৱ্দেৱে লিখা বৰগীতৰ মুঠ সংখ্যা ১৫৭ টা. কিন্তু ভাৱ আৰু ভাষাৰ ফালৰ পৰা চাৱ্লৈ গলে মহাপুৰুষ মাধৱ্দেৱৰ মুঠ  ৰচিত বৰগীতৰ  সংখ্যা ১৯১ টা.
৬. মাধৱদেৱেৰ নামঘোষাত কিমান ঘোষা আছে ?
— মাধৱদেৱেৰ নামঘোষাত এহেজাৰ ঘোষা আছে যাৰ বাবে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়.
৭. মাধৱদেৱেৰ জ্ন্ম কত হৈছিল আৰু মাক দেউতাকৰ নাম কি আছিল ?
— মাধৱদেৱেৰ জ্ন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়নপুৰৰ লেটেকুপুখুৰীত. ১৪৮৯ চনত জ্ন্মগ্ৰহন কৰা মাধৱদেৱেৰ মাক আছিল মনোৰমা আৰু দেউতাকৰ নাম আছিল গোবিন্দগিৰি ভূঞা.

৮) ব্জ্জাৱলী  ভাষা  বিষয়ে লিখা –

—  ব্জ্জাৱলী  ভাষা  এক প্ৰ্কাৰৰ সাহিত্যিক ভাষা যাৰ  মূল্ত ভেটিহৈছে মৈথিলী (Maithili language) ভাষা. যিটো সময়্ত উৰিষ্যা আৰু বেংগলত ভগৱানৰ লীলা বা মায়াৰ   বিষয়ে গীত আৰু পদ্য্ৰ মাজেৰে সৰ্বসাধাৰন মানুহৰ  মাজত প্ৰ্ভাৱ বিস্তাৰ কৰিছিল সেই খিনি সময়ৰ সমান্তৰালকে  অসমত মহাপুৰষশংকৰদেৱে একশৰন ধৰ্ম প্ৰচলন কৰিছিল. ব্জ্জাৱলী  ভাষা ব্যৱহাৰ কৰি মহাপুৰষশংকৰদেৱে  ৰচনা কৰিছিল বৰগীত আৰু  অংকীয়া নাট যত এই ভাষাটোৰ  বৈশিষঠ উল্লেখিত পাইছিল ইয়াৰ ধ্ব্নি আৰু প্ৰকাশৰ ভংগীমাৰ প্ৰয়োগৰ বাবে.

৯. মহাপুৰুষ মাধৱ্দেৱে শংকৰদেৱমহাপুৰুষ জনাৰ দৰে নিজকে সাহিত্য কৰ্মত মনোনিৱেষ কৰিছিল. তেঁও লিখা  গ্ৰন্থবোৰৰ ভিতৰত হল –

নাটক – অংকীয়া নাট / দধিমথন  বা অৰ্জ্জুন  ভঞ্জন
আখ্যান – আদিকান্ণ্ড  ৰামায়ন  / ৰাজ-সূয়  কাব্য
তৰ্ত্তমুলক – নামমালিকা / ভত্তি ৰত্নাৱলী   / জন্ম ৰহস্য
 ঝুমুৰা – চোৰধৰা , ভুজন   বিহাৰ / ভূমি লোটেৱা / পিম্পৰা গুচোৱা

 

Leave a Reply